Connect with us

Silchar

কাছাৰ জিলাৰ লক্ষীপুৰত বোমা উদ্ধাৰ ৷

Published

on

কাছাৰ, ২৫ নভেম্বৰ: কাছাৰ জিলাৰ লক্ষীপুৰত বোমা উদ্ধাৰ ৷

নিশা ৩৭ নং অসম মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভার্ট কাষত পৰিতাক্ত অবস্থাত উদ্ধাৰ হয় এই বোমাটো ৷

বোমা বিস্ফোৰণৰ পৰা সৌভাগ্য ক্ৰমে ৰক্ষা পৰিল অঞ্চলবাসী ৷

জানিব পৰা মতে, স্থানীয় ৰাইজে কালভার্ট কাষত পৰিতাক্ত অবস্থাত পেলাই এটা প্লাস্টিকৰ মোনা প্ৰত্যক্ষ কৰি প্ৰথমে খৱৰ দিয়ে আৰক্ষীক ৷

আৰক্ষী উপস্থিত হৈ মোনাটো চেক কৰি বোমা বুলি নিশ্চিত হোৱাৰ পিছত নিশাই শিলচৰৰ পৰা বোমা বিশেষজ্ঞৰ দল মাতি আনি বোমাটো নিষ্ক্ৰিয় কৰা হয় ৷

এই ঘটনাক কেন্দ্র কৰি বৰ্তমানে সমগ্র অঞ্চলটো তে তীব্র চাঞ্চল্য অব্যাহত আচে।

কোনে কি উদ্দেশ্যৰে বোমাটো ৰাখিছিল ইয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ইয়া লৈ আৰক্ষীৰ তদন্ত অব্যাহত ৷

Continue Reading

Silchar

বিডিএফ’ৰ মুৰব্বী প্ৰদীপ দত্তৰয়ক আৰক্ষীৰ তলৱ ৷

Published

on

কাছাৰ, ২৭ নভেম্বৰ: পোষ্টাৰ কান্ডকলৈ বিডিএফ’ৰ মুৰব্বী প্ৰদীপ দত্তৰয়ক আৰক্ষীৰ তলৱ ৷

শীঘ্ৰেই গ্ৰেপ্তাৰ সম্ভাৱনা প্ৰদীপ দত্তৰয়ক ৷

বিডিএফ’ৰ মুৰব্বী প্ৰদীপ দত্তৰয়ক আজি আবেলি কাছাৰৰ আৰক্ষী অধীক্ষক কাৰ্যলয়লৈ মাতি আনি প্ৰায় তিনি ঘন্টা জেৰা চলালে কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে ৷

তিনি ঘণ্টা জেৰাৰ অন্তত যাবলৈ দিয়া হল প্ৰদীপ দত্তৰয়ক ৷

শিলচৰৰ পৰা অসমীয়া পোষ্টাৰ ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰাই নিয়াৰ ভাৱে কাছাৰ জিলা প্ৰশাসনক হুংকাৰ দিছিল বিডিএফ মুৰব্বী প্ৰদীপ দত্তৰয়ে ৷

আৰু ইয়াকে লৈ আৰক্ষী অধীক্ষক গৰাকীয়ে তলৱ কৰিছিল বিডিএফ’ৰ মুৰব্বীগৰাকীক ৷

Continue Reading

Silchar

শিলচরে হ্যান্ডলুম সামগ্রির মেলা ও প্রদর্শনী শুরু।

Published

on

শিলচর, ২৭ নভেম্বর : উপহার হিসেবে হস্ততাত নির্মিত কাপড় ব্যবহার করার আবেদন জানিয়ে শিলচরে শুক্রবার থেকে হস্ততাত ও বয়ন সামগ্রীর তিন দিনব্যাপী এক মেলা ও প্রদর্শনী শুরু হয়েছে।

শিলচরের জেলাশাসকের পার্শ্ববর্তী হ্যান্ডলুম এন্ড টেক্সটাইল অফিস প্রাঙ্গণে এই মেলা চলবে।

বিধায়ক কৌশিক রাই এই মেলার উদ্বোধন করে হস্ত তাতসামগ্রী উৎপাদনে রাজ্যের মধ্যে লক্ষ্মীপুর এক গুরুত্বপূর্ণ স্থান দখল করে আছে বলে জানান।

অনুষ্ঠানে জেলাশাসক কীর্তি জল্লি বলেন হস্ত তাত আমাদের ঐতিহ্যের অঙ্গ।

এর সংরক্ষণ ও উন্নতিকরণের জন্য নতুন নতুন ডিজাইন ও কালার উদ্ভাবনী শক্তির মাধ্যমে নির্বাচন করতে হবে।

ফলে এই ঐতিহ্য রক্ষা করে বিদেশে এই সামগ্রী রপ্তানি করার পাশাপাশি আমাদের কর্মসংস্থানের ব্যাপ্তিও বাড়বে।

জেলাশাসক জল্লি জানান ইতিমধ্যে কাছাড় জেলার উৎপাদিত সামগ্রী মণিপুর রাজ্যেও জনপ্রিয়তা লাভ করেছে।

জেলাশাসক জল্লি হ্যান্ডলুম সামগ্রীর ব্যবসায়ীদেরকে তাদের পছন্দমত ডিজাইন এবং রঙের সামগ্রী পেতে এগিয়ে আসার আবেদন জানান।

উদ্বোধনী অনুষ্ঠানে মনিপুরী ডেভলপমেন্ট কাউন্সিল এর চেয়ারপারসন রিনা সিংহ, দুই বিভাগীয় এসিস্ট্যান্ট ডিরেক্টর উৎপল কুমার শর্মা, হরিলাল সিংহ, হ্যান্ডলুম অফিসার আব্দুল মনাফ প্রমূখ প্রাসঙ্গিক বক্তব্য রাখেন।

উল্লেখ্য লক্ষীপুরের সিঙ্গেরবন্দ ক্লাস্টার ডেভেলপমেন্ট প্রজেক্ট এর উৎপাদিত হস্ততাত সামগ্রীর মেলা ও প্রদর্শনী রবিবার পর্যন্ত চলবে।

এই প্রজেক্ট এর অধীন ৩৬০ জন মহিলা বয়ন শিল্প উৎপাদনে সক্রিয় রয়েছেন।

Continue Reading

Silchar

কাছাৰৰ লক্ষীপুৰত বোম কাণ্ড, চাৰিজনকৈ গ্ৰেফতাৰ।

Published

on

কাছাৰ, ২৫ নভেম্বৰ: কাছাৰৰ লক্ষীপুৰত বোম উদ্ধাৰ কাণ্ডত চাৰিজনকৈ লোকক গ্ৰেফতাৰ ৷

নিশা কাছাৰ আৰক্ষীয়ে মহিলা সহ চাৰি জনক গ্ৰেফতাৰ কৰিছে কৰিছে ৷

ধৃতসকল আহমেদ হুছেইন, আব্দুল চাহিদ চৌধুৰী, চালাহ উদ্দিন আৰু লাকিবুন নেছা ৷

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে জনাইছে, লক্ষীপুৰ মনিপুৰ সীমান্তত বোমা বিষ্ফোৰণ কৰি বৃহত নাশকাতৰ ছক ৰচনা কৰিছিল ধৃত চাৰিজনে ৷

ৰাষ্ট্ৰীয় ঘাইপথে দি অহা যোৱা কৰা মনিপুৰৰ চৰকাৰি বিষয়ভাবিয়া সকলক হত্যাৰ পৰিকল্পনা আছিল চাৰিজনৰ বুলি জনায় এছপিয়ে ৷

উল্ল্যেখ, দুইদিন পূৰ্বে কাছাৰৰ লক্ষীপুৰত মনিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভাৰ্টৰ তলত এটা আইইডি বোমা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷

পিছত বোমা বিশেষজ্ঞ দলে নিষ্ক্ৰিয় কৰিছিল বোমাটো।

Continue Reading

Trending