Connect with us

Assam News

দিহিং পাটকাই অভায়াৰন্যৰ সামগ্ৰিক পৰিস্থিতি আৰু ডিব্ৰুগড় কোৱাৰেণ্টাইন কেন্দ্ৰসমুহৰ পৰ্য্যবেক্ষণৰ গুৰুত্ব ভুমিকা লৈ ডিব্ৰুগড় সংবাদ মাধ্যমৰ সৈতে সংবাদমেল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Published

on

যোৱা কালি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত উল্লেখ কৰে যে-
অসমৰ প্ৰাকৃতিক পৰিবেশ আৰু জৈৱ – বৈচিত্ৰতাক সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰ চৰকাৰ সম্পুৰ্ণভাৱে দায় বদ্ধ।
তেওঁ বিভাগীয় মন্ত্ৰী শ্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক দিহিং পাটকাই অভায়াৰন্য পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁ কয় যে তেখেতৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহন কৰিব।
IMG-20200523-WA0034
লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড় জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো ব্যৱস্থাৰ বিতংভাবে বুজ লয়। ডিব্ৰুগড় স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰ সমুহ ডিব্ৰুগড় এম ডি কে জি কলেজ, ডি এইছ এছ কে কলেজ আৰু ডিকমস্থিত পাৰ্ৱতী দেৱী মধ্য ইংৰাজী বিদ্যালয় আৰু চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চাতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হৈছে।

দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলক সুকলমে অসমলৈ ওভতাই অনাৰ ক্ষেত্ৰত চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহন কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লগতে তেওঁ এই জটিল সময়ৰ প্ৰাক্ ক্ষণত ” কভিড-১৯ ৰ নীতি – নিয়ম আৰু সামাজিক দূৰত্ব মানি চলিবলৈ তেখেতে সকলোকে আহ্বান জনাই ।

IMG-20200523-WA0033
কোৱাৰেণ্টাইনৰ নীতি নিৰ্দেশনা ভংগ কৰা লোকসকলে নিজৰ লগতে আনৰ বাবেও বিপদ মাতি আনিব পাৰে গতিকে ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰখাৰ বাবে আমি সম্পূৰ্ণ ৰূপে দায়বদ্ধ বুলি ও তেওঁ মতামত প্ৰকাশ কৰে,
নিয়ম ভংগকাৰী সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Continue Reading

Assam News

বিধানসভা নির্বাচনের পর অসম এখন প্রস্তূত হচ্ছে বিহু উদযাপনে

Published

on

দেবোপম পুরকায়স্থ , গুয়াহাটি

এইবার বিধানসভা নির্বাচনের পর অসম এখন আস্থে আস্থে বিহু র রঙ ধরে আসতে শুরু করেছে । ব্রহ্মপুত্র নদীর ধারে ধারে অদ্ভুত পাহাড়ি সুর ভেসে আসছে যেন, শুধু সুর নয় পাহাড় ডিঙিয়ে নেমে আসছে উৎসবও। বিহু অসমের জাতীয় উৎসব। বিহুর এক বিশেষ বৈশিষ্ট্য হল এই উৎসব জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলে একসঙ্গে উদযাপন করেন I
অসমের মূল উৎসব এই রঙ্গালি বিহু ৷ চৈত্র সংক্রান্তির শেষ দিন থেকে শুরু করে টানা সাতদিন চলে এই উৎসব I চৈত্র সংক্ৰান্তির দিন গরু বিহু নামে পরিচিত। এই দিন গরুদের পরিষ্কার করিয়ে পূজা করা হয়।
বৈশাখ মাসের পয়লা তারিখে গান-বাজনা ও বিহু নৃত্যের মাধ্যমে পালন করা হয় রঙ্গালি বিহু ৷.গুয়াহাটি থেকে ডিব্রুগড় – তিনসুকিয়া , সদিয়া থেকে ধেমাজি এবং এখন বরাকেরও কিছু অংশে এই বিহুর আমেজ লক্ষ্য করা যায় I প্রতিদিনের মালিন্য দূর করে, আত্মপরায়ণ জীবনের সংকীর্ণ গণ্ডী ত্যাগ করে বৃহত্তর কল্যাণের জন্য মানুষ মিলিত হন। এই বিহু উৎসব হয় কল্যাণ ও মিলনের উৎসব। এতে অসমীয়া জনসাধারণ অপরিমেয় উৎসাহে উৎসব-অঙ্গনে সমবেত হন।
উল্লেখ্যও গত বছর করোনা ও সারা দেশে লোকডাউন এর জন্য অসমে বিহু উৎযাপন হয় নি I এই বোহাগ বিহু উদযাপনের মাধ্যমে অসম স্বাগত জানায় বৈশাখকে,I অসমীয়া নববর্ষও এদিন পালিত হচ্ছে অসমের দিকে দিকে।
সম্ভবত ১৯৪ বছর পরে প্রথমবারের মতো অসমে করোনা মহামারীর কারণে গত বছর রঙ্গালি বিহু উদযাপন হয়নি । প্রথমবার অসমে ইঙ্গ-বর্মা যুদ্ধের কারণে বিহু উৎযাপন হয়নি I ১৮২৬ সালে ইয়াণ্ডাবু সন্ধির মাধ্যমে এই যুদ্ধ শেষ হয়েছিল।
এইবার অসমে ৰঙালী বিহুর সময়ে কোনও লকডাউন ঘোষণা করা হবে না , বিহু সারা অসম জুড়ে উদযাপিত হবে এইঘোষণা যখন করলেন অসমের স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা তখন অসম বাসীর মনে ফিরে এসেছে তাদের সেই পুরানো হাসি I যদি অসম সরকারের জারি করা নুতন নিয়ম কিছুটা হলেও তাদের মনে আশংখা রেখে দিয়েছে I

Continue Reading

Assam News

হোজাই জেলা কংগ্রেসের বুথ সংকল্প শিবির

Published

on

যুব দর্পণ প্রতিনিধি, হোজাই, ১ মার্চ ::
নিৰ্বাচনের পূৰ্বে লবীকেন্দ্ৰীক রাজনীতি চলে, প্রার্থীত্ব পাওয়ার পর সব নেতা-কর্মীরা মিলেমিশে কাজ করবে দলের জন্য, এভাবেই সংবাদ মাধ্যমের কাছে মন্তব্য করেন বর্ষীয়ান কংগ্রেস নেতা- প্ৰাক্তন মন্ত্ৰী তথা হোজাই জেলা কংগ্ৰেসের সভাপতি ডা: অৰ্ধেন্দু কুমার দে’ ৷
ডা:দে ২০২১য়ের বিধানসভা নিৰ্বাচন না খেলার সিদ্ধান্ত গ্ৰহণ করেছেন বলে বুথ কৰ্মী সংকল্প শিবিরের সভায় মন্তব্যস করেন ৷ গতকাল হোজাই শহরের বিভূতি ভূষণ বিবাহ ভবনে কংগ্ৰেসের এই বুথ কৰ্মী সংকল্প শিবিরে প্রদেশ কংগ্ৰেসের সাধারণ সম্পাদকদ্বয় ডা: দুৰ্লভ চমুয়া , চিত্ত পাল, প্ৰাক্তনমন্ত্ৰী ডা: অৰ্ধেন্দু দে, বুথ সংকল্প শিবীরের প্ৰশিক্ষক তথা ছত্ৰিশগড় থেকে আসা রাষ্ট্ৰীয় বুথ প্ৰশিক্ষক সুশিল শৰ্মা
উপস্থিত থেকে বক্তব্য প্ৰদান করেন ৷

শিৱিরে হোজাই সমষ্টির প্ৰাৰ্থীত্ব প্ৰত্যাশী দেৱব্ৰত সাহা, কে কে শৰ্মা, অনিরুদ্ধ দে,শংকর মালাকার, ঝিল্লি চৌধূরী এবং চিত্ত পাল উপস্থিত ছিলেন৷
হোজাই বিধানসভা কেন্দ্র থেকে দলীয় প্রার্থীত্ব প্রত্যাশি চিত্ত পাল চাচাছোলা ভাষায় রাজ্যের ক্ষমতাসীন গেরুয়া দল বিজেপির তীব্র সমালোচনা করেন |
সভায সুশিল শৰ্মা, ডা: দুৰ্লভ চমুয়া , ডা: অৰ্ধেন্দু দে’, যোগীজান ব্লক কংগ্ৰেসের সভাপতি নুর আহমেদ সহ অন্যান্যরা বক্তব্য প্ৰদান করেন ৷

Continue Reading

অসমীয়া নিউজ

বিশিষ্ট সংগীত শিল্পী কুল বৰুৱা আৰু নাই

Published

on

তৰালী দেৱী, ২৫ ফেব্ৰুৱাৰী, গুৱাহাটী ::বহু কালজয়ী গীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰা অসমৰ বিশিষ্ট সংগীত শিল্পী কুল বৰুৱাৰ দেহাৱসান।
শিল্পী গৰাকীৰ বিয়োগে অসমৰ সংগীত জগত খনৰ বাবে এক অপূৰণীয় ক্ষতি বহন কৰে ।

Continue Reading

Trending